মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

গ্ৰীড সংযোগী সৌৰ ছদ কাৰ্যক্ৰম

নতুন আৰু পুনঃনবীকৰণ শক্তি মন্ত্ৰালয়ে, অসম শক্তি উন্নয়ন সংস্থালৈ ১৪ এম.ডব্লিউ.পি সৌৰ ছাদ প্ৰকল্পৰ অধীনত গ্ৰীড সংযোগী সৌৰ ছদ প্ৰকল্পৰ বাবে ৭০ শতাংশ চৰকাৰী অনুদান আবণ্টিত দিছে। ছচাইটী ৰেজিষ্ট্ৰেচন এক্ট,১৮৬০ আৰু ভাৰতীয় ট্ৰাষ্ট এক্ট,১৮৮২ৰ অধীনত এম.এন.আৰ.ই.ৰ নিয়মাৱলী অনুসাৰে, আৱাসিক, আনুষ্ঠানিক (বেচৰকাৰী) আৰু সামাজিক প্ৰতিষ্ঠানৰ পৰা ইয়াৰ বাবে আবেদন বিচাৰে।

বিশদ বৰ্ণনাৰ বাবে তলত দিয়া ফাইলটো ডাউনলোড কৰক।

Downloads
TitleSizeDetail
14 MWp Grid Connected Solar Rooftop Programme.pdf808.91 KBswf-image