মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

বিষয়বস্তু পৰিচালনা

এইটো এটা অসম চৰকাৰৰ অধিকাৰিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৱেবছাইট, অসম চৰকাৰৰ তথ্যপ্ৰযুক্তি বিভাগে, ডিজাইন, বিকাশ আৰু সেৱা আগবঢ়োৱালৈ এই ছাইটটো বিকাশ কৰা হৈছে। এই ছাইটৰ যোগেদি বিশ্বাসযোগ্য, ব্যাপক, সঠিক তথ্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ বিষয়ে আৰু ইয়াৰ বিভিন্ন দল/ সংস্থাৰ তথ্য প্ৰদানৰ উদ্দেশ্য স্থিৰ কৰা হৈছে। বিভিন্ন স্থানৰ হাইপাৰলিংকবোৰ ভাৰত চৰকাৰৰ আন পৰ্টেল/ ৱেবছাইটত প্ৰদান কৰা হৈছে।

এই ছাইটৰ বিষয়বস্তুবোৰ হল বিভাগীয় বিভিন্ন দল আৰু শাখাৰ সহযোগিতা/ যোগাত্মক প্ৰচেষ্টাৰ ফল। এইটো আমাৰ চেষ্টা যে যাতে নিয়মিতভাৱে বিষয়বস্তু, কভাৰেজ, ডিজাইন আৰু প্ৰযুক্তিৰে ছাইটটোৰ সদায় ব্যপকতা আৰু সমৃদ্ধতা সদায় বৰ্তি থাকে।

বিষয়বস্তুৰ অৱদান, সংযম আৰু অনুমোদন নীতি
পি ডি এফ ফাইল যিটো এটা নতুন উইণ্ডোত খোলে

বিষয়বস্তু পৰ্যালোচনা নীতি
পি ডি এফ ফাইল যিটো এটা নতুন উইণ্ডোত খোলে

বিষয়বস্তু আৰ্কাভেল নীতি
পি ডি এফ ফাইল যিটো এটা নতুন উইণ্ডোত খোলে

ৱেবছাইট তথ্য প্ৰৱন্ধক
অসম শক্তি উন্নয়ন এজেঞ্চী