মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

গোপনীয়তাৰ নীতি

এই ৱেবছাইটে আপোনাৰ পৰা কোনো বিশিষ্ট ব্যক্তিগত তথ্য স্বয়ংক্ৰিয়ভাৱে কেপ্সাৰ নকৰে(যেনে-নাম, ফোন নম্বৰ নাইবা ই-মেইল ঠিকনা), যি আমাক ব্যক্তিগতভাৱে আপোনাক চিহ্নাক্ত কৰাৰ অনুমতি দিয়ে। যেতিয়া ৱেবছাইটে আপোনাক ব্যক্তিগত তথ্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰে, আপোনাক সেই বিশেষ উদ্দেশ্যৰ বিষয়ে অবগত কৰিব যাৰ কাৰণে তথ্য একত্ৰিত কৰা হৈছে আৰু আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ কাৰণে পৰ্যাপ্ত নিৰাপত্তাৰ উপায়সমূহ লোৱা হব। ৱেবছাইটৰ ছাইটত কোনো তৃতীয় পক্ষ(ৰাজহুৱা/ব্যক্তিগত)ক আমি ব্যক্তিগত ৰূপত চিহ্নাক্ত হব পৰা তথ্য বিক্ৰী বা ভাগ নকৰে। এই ৱেবছাইটত প্ৰদান কৰা কোনো তথ্য হানি, দুৰ্ব্যৱহাৰ, অবিধিবদ্ধ প্ৰবেশ বা প্ৰকাশ, পৰিবৰ্তন নাইবা বিনষ্ট কৰাৰ পৰা সুৰক্ষিত। আমি ব্যৱহাৰকাৰীৰ বিষয়ে কিছুমান তথ্য সংগ্ৰহ কৰো, যেনে-ইণ্টাৰনেট প্ৰটোকল(আই.পি.) ঠিকনা, ডমেইন নাম, ব্ৰাউজাৰ টাইপ, অপাৰেটিঙ পদ্ধতি, পৰিদৰ্শন কৰাৰ সময় আৰু তাৰিখ আৰু পৰিদৰ্শন কৰা পৃষ্ঠা। ছাইট ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা নকৰা পৰ্যন্ত আমি আমাৰ ছাইট পৰিদৰ্শন কৰা ব্যক্তিসকলৰ ঠিকনাৰ লগত লিংক কৰাৰ চেষ্টা নকৰো।