মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

সৌৰ গৰম পানী ব্যৱস্থা

এটা পানী গৰম কৰা সৌৰ হিটাৰৰ সৌৰ শক্তি সংগ্ৰহ কৰিবলৈ এটা সংগ্ৰাক আৰু এটা উত্তাপ সংগ্ৰাহক টেংকী গৰম পানী সংগ্ৰহ কৰিবলৈ আছে। সংগ্ৰহৰ ব্যৱস্থা অনুযায়ী, পানী গৰম কৰা সৌৰ হিটাৰ দুই প্ৰকাৰৰ –

  • চেপেটা প্লেট সংগ্ৰাহক
  • উদ্বাসিত টিউব সংগ্ৰাহক

চেপেটা প্লেট সংগ্ৰাহক-

চেপেটা প্লেট সংগ্ৰাহক, কাঁচৰ পাতৰে উপৰিভাগ আৱৰি থকা এক অৱবাহিত, বাহিৰে ধাতুৰ বাকচেৰে গঠিত যি সৌৰ বিকিৰণ শোষণ কৰে। ভিতৰত পানী বহন কৰিবলৈ চেনেল বা নলীকাৰ সৈতে কলা ধাতুৰ শোষক পাত (নিৰ্বাচিতভাৱে প্ৰলেপিত) আছে। শোষকে সৌৰ বিকিৰণ শোষণ কৰে আৰু উত্তাপক পানীলৈ পৰিৱৰ্তন কৰে, যি ভিতৰৰ নলীকাৰে বৈ যায়।

উদ্বাসিত টিউব সংগ্ৰাহক-

সংগ্ৰাহক দুই স্তৰীয় বৰছিলিকেট কাঁচৰ নলীকাৰে উদ্বাসিত যাতে তাপ প্ৰদান কৰিব পাৰে। আভ্যন্তৰীণ নলীকাৰ বাহিৰৰ প্ৰাচীৰ বা বাহিৰটো, নিৰ্বাচিত শোষক ধাতুৰে প্ৰলেপ কৰা থাকে। ই সৌৰ বিকিৰণ শোষণ কৰাত আৰু তাপক আভ্যন্তৰীণ নলীকাৰে প্ৰৱাহিত পানীলৈ স্থানান্তৰ কৰাত সহায় কৰে।