মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

জৈৱিক গেছীয়কৰণ

এটি জ্বলনশীল গেছ মিশ্ৰণত জৈৱিক বস্তুৰ এক আংশিক দহন পথৰ মাধ্যমেৰে উত্তাপ ৰায়াসনিক ৰূপান্তৰেই হল জৈৱিক গেছীয়কৰণ। ইয়াত বতাহৰ সৰবৰাহ, তাত্বিকভাৱে সম্পূৰ্ণ দহনৰ বাবে লগাতকৈ কম পৰিমাণত সীমাবদ্ধ। জৈৱিক গেছীয়কৰণ প্ৰধানকৈ গোটা জৈৱিক বস্তুৰ (কাঠ, কৃষি অৱশিষ্ট ইত্যাদিৰ) এক দাহ্য গেছ মিশ্ৰণলৈ ৰূপান্তৰ মাথো, যাক কোৱা হয় উত্পাদক গেছ। আংশিক দহনে কাৰ্বন মন অক্সাইডৰ লগতে হাইড্ৰোজেনো উত্পাদন কৰে আৰু এই দুয়োটাই দাহ্য গেছ। গেছীফায়াৰ ব্যৱস্থাত মূলতঃ গেছ উত্পাদন হয়, এটা চুল্লীত আৰু এক শীতল আৰু পৰিষ্কৰণ ট্ৰেনৰ দ্বাৰা ঠিক ইয়াৰ পিছতে, গেছক শীতল আৰু পৰিস্কাৰ কৰা হয়। পৰিস্কাৰ দাহ্য গেছ, ডিজেল-জেন-ছেটত বা ১০০ শতাংশ উত্পাদক গেছ ইঞ্জিনত, শক্তি উত্পাদনৰ বাবে প্ৰস্তুত হৈ পৰে।