মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department অসম শক্তি উন্নয়ন এজেঞ্চী

সৌৰ পাত্ৰ

সৌৰ পাত্ৰ ব্লেক বোডী তাপ শোষণৰ নীতিৰ আধাৰত কাম কৰে। এইটো এটা গৰম বাকচৰ দৰে যত আমি আমাৰ খাদ্য কোনো ধৰণৰ ৰন্ধন গেছ বা কেৰাচিন, বিদ্যুত্, কয়লা বা কাঠৰ অবিহনেই ৰান্ধিব পাৰো। ই সৌৰ শক্তিৰ দ্বাৰা ক্ৰিয়া কৰে আৰু কোনো ইন্ধন ব্যয়ৰ সেয়ে প্ৰয়োজন নাই। আমি এনে ধৰণৰ ঘৰুৱা বাকচৰ দৰে পাত্ৰত চাৰি পৰা পাঁচজন লোকৰ বাবে সহজেই খাদ্য উতলাব, সেকিব আৰু ভাজি কৰিব পাৰো। ১৫ জনলৈকে মানুহৰ খাদ্য ৰান্ধিব পৰা ডাঙৰ আকাৰৰ সৌৰ পাত্ৰও বজাৰত সহজেই উপলব্ধ।