প্ৰকাৰ | পৰিমাণ | সম্ভাৱ্য আয়ুসকাল | বিশেষ ব্যৱহাৰ |
---|---|---|---|
১০ ৱাট সৌৰ পি.ভি. মডিউল | ১ | প্ৰতিবেদন অনুসাৰে এচ.পি.ভি মডিউলৰ সম্ভাৱ্য আয়ুস কাল ১৫-২০ বছৰ | বৈদ্যুতিতীকৰণ নোহোৱা গাঁও অঞ্চলত আৰু যি অঞ্চলবোৰত বিদ্যুতৰ অৱস্থা নিৰ্ভৰযোগ্য নহয়, জৰুৰীকালীন জ্যোতি হিচাপে বৰ জনপ্ৰিয় |
৬ ভল্ট, ৭ এ.এইচ. এছ.এম.এফ. বেটাৰী | ১ | ||
৯ ৱাটৰ চি.এফ.এল. লেম্প | ১ | ছীল মোহৰযুক্ত, ৰক্ষণাবেক্ষণৰ প্ৰয়োজনহীন বেটাৰীৰ আয়ুসকাল ২-৩ বছৰ | |
চাৰ্জ নিয়ন্ত্ৰক | ১ |