মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

সৌৰ গৃহ জ্যোতি ব্যৱস্থা

বৈদ্যুতিকীকৰণ নোহোৱা গাঁও অঞ্চলত এইটো বৰ জনপ্ৰিয় সৌৰ ব্যৱস্থা, এনে ধৰণৰ সুবিধাসমূহৰ বাবে-
• ব্যৱহাৰৰ পিছত কোনো ইন্ধন ব্যয় নাই।
• ইনষ্টল কৰা সহজ আৰু কঠিন ভৌগোলিক অৱস্থানতো ৰক্ষণাবেক্ষণ বা চোৱাচিতা সম্ভৱ।
• কোনো অনাবৰ্কত ব্যয় পাছলৈ নাই।
• প্ৰকৃতিত মডুলাৰ
• পাৰিপাৰ্শ্বিকভাৱে খুবেই ফলপ্ৰসূ।

প্ৰকাৰপৰিমাণসম্ভাৱ্য আয়ুসকালবিশেষ ব্যৱহাৰ
৩৫ ৱাট সৌৰ পি.ভি. মডিউলপ্ৰতিবেদন অনুসাৰে এচ.পি.ভি মডিউলৰ সম্ভাৱ্য আয়ুস কাল ১৫-২০ বছৰসকলো সৌৰ পি.ভি. আহিলাৰ মাজত বৰ জনপ্ৰিয়। বৈদ্যুতিতীকৰণ নথকা গ্ৰামীণ পৰিয়ালে দৈনিক ৪-৫ ঘণ্টা ব্যৱহাৰ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।
১২ ভল্ট, ৪০ এ.এইচ. নলী আকাৰৰ প্লেট বেটাৰী
৯ ৱাটৰ চি.এফ.এল. লেম্পনলী আকাৰৰ প্লেট বেটাৰীৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজন ক্ষীণ আৰু সম্ভাৱ্য আয়ুস কাল ৫ বছৰৰ বাবে
অতিৰিক্ত চাৰ্জ আৰু গভীৰ ডিছচাৰ্জ চাৰ্জ নিয়ন্ত্ৰক

অধিক ক্ষমতাসম্পন্ন ব্যৱস্থা যেনে- ৪০ ৱাট, ৭৫ ৱাট মডিউল বজাৰত উপলব্ধ।