মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change অসম শক্তি উন্নয়ন এজেঞ্চী

অস্বীকৃত

এই ৱেবছাইটটো অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ দ্বাৰা পৰিকল্পিত আৰু বিকশিত কৰাৰ লগতে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা পৰিচালিত হয়। এই ৱেবছাইটৰ বিষয়বস্তু কেৱল তথ্যৰ উদ্দেশ্যে, জনসাধাৰণে যাতে দ্ৰুত আৰু সহজভাৱে প্ৰৱেশ কৰি তথ্য লাভ কৰিবলৈ সক্ষম হয় আৰু কোনো আইনী দায়বদ্ধতা নাই। যদিও সঠিক আৰু নবীকৃত তথ্য প্ৰদানৰ কাৰণে প্ৰচেষ্টা কৰা হয়, তথাপিও এইটো সম্ভৱ যে কিছুমান বিৱৰণ যেনে টেলিফোন নম্বৰ, অধিষ্ঠিত পদৰ সৈতে বিষয়াৰ নাম ইত্যাদি ৱেবছাইটত ইয়াৰ নবীকৰণৰ আগতে সলনি হব পাৰে। সেইকাৰণে, আমি এই ৱেবছাইটত প্ৰদান কৰা বিষয়বস্তুসমূহৰ সম্পূৰ্ণতা, সঠিকতা আৰু উপযোগিতাৰ ওপৰত কোনো আইনী বাধ্যবাধকতা স্বীকাৰ নকৰো। কিছুমান ৱেব পৃষ্ঠা/নথিলেখ্যত লিংকসমূহ অন্য বাহিৰাগত চাইটত প্ৰদান কৰা হয়। আমি সেই চাইটসমূহৰ বিষয়বস্তুৰ সঠিকতাৰ কাৰণে দায়বদ্ধ নহয়। আমাৰ সৰ্বোত্তম প্ৰচেষ্টা স্বত্বেও, আমি এই কথাটোৰ নিশ্টয়তা প্ৰদান কৰিব নোৱাৰো যে এই চাইটৰ নথিলেখ্যসমূহ কম্পিউটাৰ ভাইৰাছ আদিৰ সংক্ৰমণৰ পৰা মুক্ত। আমি এই ৱেবছাইটো উন্নত কৰাৰ কাৰণে আপোনালোকৰ মতামতক স্বগতম জনাওঁ আৰু অনুৰোধ জনাওঁ যে ইয়াত ক্ৰুটি(যদি কোনো থাকে) দৃষ্টিগোচৰ হলে সেই সম্পৰ্কে আমাক অৱগত কৰক।

Assamese
Select Policies Type: